অসম চৰকাৰৰ নৈতিক অধিকাৰ নাই বৰ্ষপূতি পালন কৰিবলৈ, ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে - আজমল
অসম চৰকাৰৰ নৈতিক অধিকাৰ নাই বৰ্ষপূতি পালন কৰিবলৈ, ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে - আজমল
#aipllive #Assam #news
গুৱাহাটীত আজি আয়োজন কৰা হৈছে তৃণমূল কংগ্রেছৰ সভা
গুৱাহাটীত আজি আয়োজন কৰা হৈছে তৃণমূল কংগ্রেছৰ সভা
সভাত উপস্থিত থাকে পশ্চিম বংগৰ অভিষেক বেনাৰ্জী
অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীয়ে গাত হাত দিলে সাংবাদিকৰ ওপৰত
#aipllive #Assam #news
কণ কণ শিশুৰ মাজত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
কণ কণ শিশুৰ মাজত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
#aipllive #Assam #news
আজি আনুষ্ঠানিক ভাবে অসম আৰক্ষীক প্ৰদান কৰা হ'ল 'ৰাষ্ট্ৰপতি নিচান'
আজি আনুষ্ঠানিক ভাবে অসম আৰক্ষীক প্ৰদান কৰা হ'ল 'ৰাষ্ট্ৰপতি নিচান'
#aipllive #Assam #news
অসমক আগুৱাই লৈ যোৱাৰ ক্ষেত্রত চৰকাৰ ৮০ শতাংশ ব্যৰ্থ - শ্বেৰমান আলী আহমেদ
অসমক আগুৱাই লৈ যোৱাৰ ক্ষেত্রত চৰকাৰ ৮০ শতাংশ ব্যৰ্থ - শ্বেৰমান আলী আহমেদ
#aipllive #Assam #news
তৃণমূল কংগ্রেছৰ ভেটি অসমত নাই, বনাবহে লাগিব - ভূপেন বৰা
তৃণমূল কংগ্রেছৰ ভেটি অসমত নাই, বনাবহে লাগিব - ভূপেন বৰা
#aipllive #Assam #news
দবা বজাই বৰ্ষপূতি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূতি অনুষ্ঠান দবা বজাই শুভাৰম্ভণি কৰে কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে
#aipllive #Assam #news
ইতিহাসৰ সাক্ষী হ'ল অসম আৰক্ষীৰ নিষ্ঠা আৰু অদম্য সাহসৰ
ইতিহাসৰ সাক্ষী হ'ল অসম আৰক্ষীৰ নিষ্ঠা আৰু অদম্য সাহসৰ
#aipllive #Assam #news
সমাজত প্ৰচলিত অপশক্তি তথা অপসংস্কৃতিৰ পৰা সমাজক মুক্ত কৰাত বিশেষ ভূমিকা আছে অসম আৰক্ষীৰ
সমাজত প্ৰচলিত অপশক্তি তথা অপসংস্কৃতিৰ পৰা সমাজক মুক্ত কৰাত বিশেষ ভূমিকা আছে অসম আৰক্ষীৰ
#aipllive #Assam #news
সন্ত্ৰাসবাদ বিষয়ৰ পৰিসমাপ্তি ঘটিল এতিয়া অসমত শান্তি আৰু বিকাশৰ ঢৌ - অমিত শ্বাহ
সন্ত্ৰাসবাদ বিষয়ৰ পৰিসমাপ্তি ঘটিল
এতিয়া অসমত শান্তি আৰু বিকাশৰ ঢৌ - অমিত শ্বাহ
#aipllive #Assam #news
অসমৰ বিভিন্ন ঠাইৰ পৰা পিএফএচপিএ আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত - অমিত শ্বাহ
অসমৰ বিভিন্ন ঠাইৰ পৰা পিএফএচপিএ আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত - অমিত শ্বাহ
#aipllive #Assam #news
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূতি অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূতি অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ
#aipllive #Assam #news
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূতি অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূতি অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল
#aipllive #Assam #news
নেহৰু ষ্টেডিয়ামত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ
নেহৰু ষ্টেডিয়ামত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ
#aipllive #news #Assam
নেহৰু ষ্টেডিয়ামত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
নেহৰু ষ্টেডিয়ামত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
#aipllive #Assam #news
কাইলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি
কাইলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি
২৫ লাখ নিবনুৱাৰ ভৱিষ্যত কি? তাৰ বাৰ্তা দিব লাগে বৰ্তমানৰ চৰকাৰে। - এয়া ভূপেন বৰাৰ মন্তব্য।
#aipllive #Assam #news
কাম কাজত নামনি অসমত শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিছে খনীন দাসে
'মিছন বসুন্ধৰা'ৰ কাম কাজত নামনি অসমত শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিছে বৰপেটাৰ ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত খনীন দাসে
#aipllive #news #Assam
বিটিআৰত বৰ্তমান চলি থকা চৰকাৰখনৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে বিজেপিৰ - ভৱেশ কলিতা
বিটিআৰত বৰ্তমান চলি থকা চৰকাৰখনৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে বিজেপিৰ - ভৱেশ কলিতা
#aipllive #Assam #news
দেশৰ প্ৰগতিৰ বাবে শান্তিৰ প্ৰয়োজন
দেশৰ প্ৰগতিৰ বাবে শান্তিৰ প্ৰয়োজন
মুখ্যমন্ত্রী ডাঙৰীয়া সমস্যা সমাধানৰ বাবে খুব তৎপৰ হৈ থাকে
ড০ হিমন্ত বিশ্ব শৰ্মা এজন পাকৈত নাবিকৰ দৰে নাঁওখন চলাই নিচে আৰু সেই নাঁওৰে আমি সহযাত্রী - অতুল বৰা
#aipllive #assam #news
তামোলপুৰৰ বিএচএফ কেম্পত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ
তামোলপুৰৰ বিএচএফ কেম্পত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ
#aipllive #assam #news