Kishan Yatra Sandesh from Assam

Kishan Yatra Sandesh from Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kishan Yatra Sandesh from Assam, Newsstand, Guwahati.

21/11/2023

দেশৰ এচাম দায়িত্ব ঞ্জান হিন লোকৰ বাবেই ৰাজনৈতিক নেতাৰ তুলুঙা মন্তব্যত উছতনিহে যোগাইছে

19/11/2023

ভাৰত ত ৰাজনীতি কৰা সহজ নহয়

15/11/2023

ভাৰতবৰ্ষৰ বিভিন্ন দল সংগঠনৰ লক্ষ্য এটাই, ৰজা হোৱাৰ

08/11/2023

অসমত বৃটিছৰ শাষন চলি আছে সকলোতে কৰ,

07/11/2023

দেশত দৰিদ্ৰৰ সংখা বৃদ্ধি হল

03/11/2023

অসমিয়াক পৰামৰ্শ দিওঁতাৰ সংখা বাঢ়িছে

01/11/2023

সু প্ৰভাত

30/10/2023

অসমৰ যোগ্য,পৰিপক্ক ৰাজনীতিবিদৰ বিয়োগত মৰ্মাহত ,ঔম শান্তি

27/10/2023

দেশৰ ৰাজনীতি কেবল মুল্য বৃদ্ধিতেই সিমা বদ্ধ, আজিৰ বজাৰত পিয়াজৰ মুল্য 60 টকা এনেকৈএ সাধাৰন নাগৰিকক ধংশৰ দিষে লৈ গৈ আছে আৰু এটা সময়ত দেশৰ বেছিভাগেই বি পি এল হৈ হিটলাৰক চালাম দিব বাধ্য কৰাব এয়াই শোষনকাৰী নেতাৰ পৰিবৰ্তন,

শুভ সন্ধিয়া
26/10/2023

শুভ সন্ধিয়া

21/10/2023

অসম, কংগ্ৰেছ দলত ভাল নেতাৰ অভাব

19/10/2023
19/10/2023
11/10/2023

APCC /BJP নেতাৰ সূ সম্পৰ্কৰ নাটক পুৰনি,,দল যিয়েই নহওক মানুহ সেই কেইজনেই

দিল্লীত চিকিৎসাৰ বাবে এমছ হস্পিতালত আহাৰ সময়ত অলপ ফুৰিবলৈ যাওতে উঠা ফটো কেইখনমান ...
09/10/2023

দিল্লীত চিকিৎসাৰ বাবে এমছ হস্পিতালত আহাৰ সময়ত অলপ ফুৰিবলৈ যাওতে উঠা ফটো কেইখনমান ...

08/10/2023

দেশত আচনিৰ প্ৰয়োজন নাই । প্ৰয়োজন আছে সংষ্ঠাপনৰ ,,প্ৰয়োজন আছে বিকাশৰ পিছে বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নাই কেবল বোকাছতিওৱা ৰাজনীতিৰে সময় পাৰ কৰিছে এয়াই অ পৰিপক্ক নেতাৰ ৰাজনীতি ,পৰিপক্ক নেতা হোৱা হলে দিল্লীৰ দৰবাৰত বুদ্ধিৰ দ্বাৰাই কাম কৰিলে হৈ আৰু সেই জনেই পৰিপক্কতাৰ পৰিচয়ৰ থকা নেতা ।

07/10/2023

পৰিপক্কতাৰ পৰিচয়ৰ প্ৰকাশ কৰিলে ৰাজকুমা ৰাহুল গান্ধী, অহা 24 চনৰ ৰাজপাত দখলৰ দিশে অগ্ৰসৰ, ৰাজনিতি যেন নিষ্ঠুৰ নিয়তিৰ ......

07/10/2023

অনাকাংশিত ভাবে অসমত গৌৰৱ গগৈৰ ৰাজনৈতিক চৰিত্ৰ প্ৰকাশ পাইছে ,সৌভাগ্যৰ দিশে গতি কৰিলে ৰাজ্যৰ ৰাজকুমাৰ গৌৰৱ গগৈ,,

05/10/2023

অসমৰ আঞ্চলিকতা বাদৰ নামত এচাম দুষ্ট নেতাৰ চক্ৰত এজিপি দল ধংশ এই বাৰ আকৌ কংগ্ৰেছ ধংশৰ আখৰা প্ৰস্টূতী চলিব যেন লাগিছে

04/10/2023

অগপৰ অহংকাৰেই ধংশৰ কাৰন এই কথাষাৰ আগতেই চিন্তা কৰাৰ প্ৰয়োজন আছিল, অসমীয়াৰ ভবিষ্যত নিৰ্ণয় কৰাৰ প্ৰতিশ্রূতি দি আজি নিজেই কংগ্ৰেছত যোগ দি নিজৰ ভবিষ্যত লোকৰ হাতত ,বৰ লাজৰ কথা ,,

03/10/2023

জোৱা কেইদিন মানৰ পৰা দেখিছো বিজেপিৰ স্লোগান দি থকা লোকো বিজেপিৰ বিৰোধি হব ধৰিছে

অসমত কৃষি বিভাগ টো জীয়াই আছেনে
03/10/2023

অসমত কৃষি বিভাগ টো জীয়াই আছেনে

দৰিদ্ৰ লোকৰ সংখা অমৃত আনিয়েই প্ৰকাশ কৰিলে ,অসমৰ বৰ্তমান/ভবিষ্যত
03/10/2023

দৰিদ্ৰ লোকৰ সংখা অমৃত আনিয়েই প্ৰকাশ কৰিলে ,অসমৰ বৰ্তমান/ভবিষ্যত

02/10/2023

নেটাৰ যোগ্যতাৰ প্ৰয়োজন দক্ষতাৰ নহয়

02/10/2023

কৰুনা কালৰ নামত

02/10/2023

দেশত, বিৰোধীক ৰুধিবলৈ চৰকাৰৰ পৰিকল্পিত বিষয় সমুহ দূৰ্বল যেন অনুভৱ হৈছে

01/10/2023

ৰাজ্যৰ শিক্ষিত যুৱকক মদৰ মাদ'কতা লবলৈ চৰকাৰে খুলি দিছে মদৰ দোকান,

Address

Guwahati
781001

Alerts

Be the first to know and let us send you an email when Kishan Yatra Sandesh from Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kishan Yatra Sandesh from Assam:

Share

Category